பொருள் : যি ্অর্থালংকাৰে কোনো বস্তুৰ অতিমাত্রা বর্ণ্্না কৰে
எடுத்துக்காட்டு :
এই কবিতাত নায়িকাৰ ৰূপ বর্ণ্্নাত অতিশয়োক্তিৰ প্রয়োগ হৈছে
பொருள் : যি অলংকাৰত ভেদত অভেদ, অসম্বন্ধত সম্বন্ধ আদি দেখুৱাই কোনো বস্তুক বহুত বঢ়াই বর্ণ্্না কৰা হয়
எடுத்துக்காட்டு :
আদিযুগৰ কবিসকলৰ ৰচনাবোৰ অতিশয়োক্তি অলংকাৰেৰে ভৰি আছে
ஒத்த சொற்கள் : অতিশয়োক্তি অলংকাৰ