பொருள் : আৱশ্যকতা অনুসৰি নির্দিষ্ট পৰিমাণতকৈ অলপ বেছি যোগ কৰা, বঢ়োৱা বা লগ লগোৱা
எடுத்துக்காட்டு :
অতিৰিক্ত খোৱাটো বেয়া
ஒத்த சொற்கள் : অতি বেছি, ওপৰঞ্চি, জিয়াদা, মাত্রাধিক, মাত্রাৰিক্ত
பொருள் : নিয়ত, প্রচলিত বা সাধাৰণতকৈ অধিক
எடுத்துக்காட்டு :
এই মূল্যবৃদ্ধিৰ সময়ত অতিৰিক্ত আয় অবিহনে ঘৰ চলোৱা কঠিন