பொருள் : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
எடுத்துக்காட்டு :
সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
பொருள் : অধিপতি হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
ஒத்த சொற்கள் : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
பொருள் : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
எடுத்துக்காட்டு :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
ஒத்த சொற்கள் : শক্তি