உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : অধিকাৰ, প্রভাৱ আদিত
எடுத்துக்காட்டு : শ্যামে মোৰ অধীনত কাম কৰে
பொருள் : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
எடுத்துக்காட்டு : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
ஒத்த சொற்கள் : পৰবশ, বশীভূত, বাধ্য
பொருள் : যি কাৰোবাৰ বশীভূত হৈ আছে
எடுத்துக்காட்டு : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
பொருள் : যি আনৰ অধীন
எடுத்துக்காட்டு : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়
ஒத்த சொற்கள் : গোলাম, পৰবশ, পৰাধীন
பொருள் : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
எடுத்துக்காட்டு : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
ஒத்த சொற்கள் : অধীনস্থ
நிறுவு