பொருள் : পঢ়াত বিশেষ ধ্যান দিওঁতা
எடுத்துக்காட்டு :
অধ্যয়নশীল ৰমেশ সদায় ক্লাছত প্রথম হয়
பொருள் : লিখা-পঢ়াত লাগি থকা
எடுத்துக்காட்டு :
অনুগ্রহ কৰি অধ্যয়নশীল ছাত্রৰ অধ্যয়নত বাধাপ্রদান নকৰিব
பொருள் : অধ্যয়ন কৰা বা পঢ়ি থকাজন
எடுத்துக்காட்டு :
অধ্যয়নশীল ছাত্র কেতিয়াও অসফল নহয়