பொருள் : যিজনে কোনো কাম এইমাত্রহে শিকিছে
எடுத்துக்காட்டு :
এই কামটো নতুন মানুহেও কৰিব পাৰে
ஒத்த சொற்கள் : অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
பொருள் : যাৰ অভ্যাস নাই
எடுத்துக்காட்டு :
সোহন ক্রিকেট খেলত অনভ্যস্ত
ஒத்த சொற்கள் : অভ্যাসহীন, অভ্যাসৰহিত