பொருள் : যিজন ব্যক্তিৰ কোনো অভিভাৱক বা ভৰণ-পোষণ দিওতা কোনো নাথাকে
எடுத்துக்காட்டு :
ইয়াত অনাথসকলক আশ্রয় দিয়া হয়
பொருள் : মালিক বা স্বামী নোহোৱা এক অৱস্থা
எடுத்துக்காட்டு :
অনাথ ব্যক্তিজনে নিজৰ মালিকৰ সন্ধানত ওলাই গৈছে
ஒத்த சொற்கள் : নাথহীন
பொருள் : যাৰ কোনো মালিক নাই
எடுத்துக்காட்டு :
ৰাস্তাৰ কাষত এটা অনাথ শিশু পৰি আছিল
பொருள் : যিজনৰ লালন-পালন কৰিবলৈ কোনো নাই
எடுத்துக்காட்டு :
শ্যামে গোটেই জীৱনটো অনাথ শিশুৰ চোৱা-চিতা কৰি পাৰ কৰি দিলে