பொருள் : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு :
জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
ஒத்த சொற்கள் : অস্থায়িত্ব, নশ্বৰতা
பொருள் : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
ஒத்த சொற்கள் : ক্ষণভঙ্গুৰতা