பொருள் : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
எடுத்துக்காட்டு :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
ஒத்த சொற்கள் : অটল, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত
பொருள் : যিটো কৰা, ৰখা বা মানিলোৱা অতি আৱশ্যক
எடுத்துக்காட்டு :
পাঁচ নম্বৰ প্রশ্নটো বাধ্যতামূলক
ஒத்த சொற்கள் : বাধ্যতামূলক