பொருள் : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
எடுத்துக்காட்டு :
তেওঁ সন্ত কবীৰৰ অনুগামী
ஒத்த சொற்கள் : অনুগত
பொருள் : কাৰোবাক সমান আচৰণ কৰোতা
எடுத்துக்காட்டு :
ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
பொருள் : আজ্ঞাৰ পালন কৰোতা
எடுத்துக்காட்டு :
কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ বহুত সুখী আছিল
ஒத்த சொற்கள் : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক