உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ
எடுத்துக்காட்டு : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত
ஒத்த சொற்கள் : আফচোচ, ক্ষোভ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত
பொருள் : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
எடுத்துக்காட்டு : দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
ஒத்த சொற்கள் : অনুশোচনা, আক্ষেপ, আত্মগ্লানি
நிறுவு