பொருள் : যাক অনুমতি দিয়া হৈছে
எடுத்துக்காட்டு :
মই পঞ্চায়তৰ দ্বাৰা স্বীকৃত কামহে কৰোঁ
ஒத்த சொற்கள் : অনুজ্ঞাত, অনুমত, অনুমতি দিয়া, অনুমতি প্রদান কৰা, অনুমোদনপ্রাপ্ত, স্বীকৃত
பொருள் : যাৰ সহমত লাভ কৰিছে
எடுத்துக்காட்டு :
চৰকাৰৰ দ্বাৰা স্বীকৃত এই আঁচনিখন অতি সোনকালে আৰম্ভ হʼব
ஒத்த சொற்கள் : অনুমোদনপ্রাপ্ত, মঞ্জুৰ, সমর্থন্্প্রাপ্ত, স্বীকৃত
பொருள் : যাক সমর্থন ্কৰা হৈছে
எடுத்துக்காட்டு :
এই প্রার্থীজন আমাৰ দ্বাৰা সমর্থিত
ஒத்த சொற்கள் : সমর্থিত
பொருள் : সি প্রাধিকাৰ লাভ কৰিছে
எடுத்துக்காட்டு :
চৰকাৰৰ দ্বাৰা প্রাধিকৃত নীতিবোৰক মন দিয়াটো জৰুৰী
ஒத்த சொற்கள் : প্রাধিকৃত