பொருள் : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য
எடுத்துக்காட்டு :
কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়
பொருள் : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
எடுத்துக்காட்டு :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
ஒத்த சொற்கள் : ফৰমাইচ
பொருள் : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন
எடுத்துக்காட்டு :
চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে
ஒத்த சொற்கள் : প্রার্থ্্না, মিনতি
பொருள் : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা
எடுத்துக்காட்டு :
আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ