பொருள் : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া
எடுத்துக்காட்டு :
পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে
ஒத்த சொற்கள் : প্রতিবন্ধ, প্রতিবন্ধক, বাধা
பொருள் : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা
எடுத்துக்காட்டு :
মোহনে মোৰ সকলো কামতে বাধা জন্মায়
ஒத்த சொற்கள் : অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ