பொருள் : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
எடுத்துக்காட்டு :
অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
பொருள் : যিজনে চকুৰে দেখা নাপায়
எடுத்துக்காட்டு :
শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
ஒத்த சொற்கள் : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
பொருள் : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
எடுத்துக்காட்டு :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
ஒத்த சொற்கள் : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন