பொருள் : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
எடுத்துக்காட்டு :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
ஒத்த சொற்கள் : উনমনা
பொருள் : যি সাৱধান নহয়
எடுத்துக்காட்டு :
অসাৱধান লোক বিপদত পৰে
ஒத்த சொற்கள் : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ