உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়
எடுத்துக்காட்டு : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
ஒத்த சொற்கள் : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ
பொருள் : ন্যায়হীন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল
ஒத்த சொற்கள் : অন্যায়, ন্যায়হীনতা
நிறுவு