பொருள் : হেৰুওৱা বা লোকচান ভৰা কার্য
எடுத்துக்காட்டு :
ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল
பொருள் : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য
எடுத்துக்காட்டு :
চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়
பொருள் : অনাহক আৰু অধিক খৰচ
எடுத்துக்காட்டு :
অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
ஒத்த சொற்கள் : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি