பொருள் : যি নি্র্ধাৰিত নহয়
எடுத்துக்காட்டு :
বন্ধৰ কাৰণে সকলোবোৰ গাড়ী অনি্র্ধাৰিত সময়ত চলাচল কৰি আছে
ஒத்த சொற்கள் : অনিশ্চিত, অনি্র্ধাৰিত, নভবা নিচিন্তা
பொருள் : যিটো আশা কৰা নহয়
எடுத்துக்காட்டு :
মোহনৰ নিচিনা ছাত্রও অপ্রত্যাশিতভাৱে পৰীক্ষাত ফেইল হৈছে
ஒத்த சொற்கள் : অনাকাংক্ষিত
பொருள் : যি প্রত্যাশাৰ পৰা দূৰত
எடுத்துக்காட்டு :
ৰামে অপ্রত্যাশিত সফলতা লাভ কৰিলে
ஒத்த சொற்கள் : আশাতীত, প্রত্যাশাতীত