பொருள் : যি সম্পূর্ণ ৰূপে বিকশিত হোৱা নাই
எடுத்துக்காட்டு :
অপৰিপক্ক ব্যক্তি পৰিপক্ক ব্যক্তিৰ ওপৰত নি্র্ভৰশীল হৈ থাকে
ஒத்த சொற்கள் : অল্পবিকশিত
பொருள் : যিজনে কোনো কাম এইমাত্রহে শিকিছে
எடுத்துக்காட்டு :
এই কামটো নতুন মানুহেও কৰিব পাৰে
ஒத்த சொற்கள் : অনভ্যস্ত, অপৈণত, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু