பொருள் : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
எடுத்துக்காட்டு :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
ஒத்த சொற்கள் : অবিবাহিত মহিলা, কুমাৰী
பொருள் : যিজন পুৰুষ বিবাহিত নহয়
எடுத்துக்காட்டு :
এই পদটোত কেৱল অবিবাহিত পুৰুষেহে আবেদন কৰিব পাৰিব
ஒத்த சொற்கள் : অবিবাহিত পুৰুষ