பொருள் : যিজন ব্যক্তি বিশ্বাসৰ পাত্র নহয়
எடுத்துக்காட்டு :
আধুনিক যুগত অবিশ্বাসী ব্যক্তিক চিনি পাবলৈ কঠিন
ஒத்த சொற்கள் : অবিশ্বাসী ব্যক্তি
பொருள் : যিজনৰ বিশ্বাস নাই বা যিয়ে কাকো বিশ্বাস নকৰে
எடுத்துக்காட்டு :
তেওঁ এজন অবিশ্বাসী লোক, তেওঁক বুজাই একো লাভ নাই
ஒத்த சொற்கள் : অবিশ্বস্ত, অসঞ্জাতী, ফাত্রা, বিশ্বাস নাইকিয়া
பொருள் : যাৰ ওপৰত বিশ্বাস নাই বা যাক বিশ্বাস কৰিব নোৱাৰি
எடுத்துக்காட்டு :
এইটো অবিশ্বাস্য কথা
ஒத்த சொற்கள் : অপ্রত্যয়জনক, অবিশ্বসনীয়, অবিশ্বস্ত, অবিশ্বাসযোগ্য, অবিশ্বাস্য, অসঞ্জাতী, আস্থাহীন, বিশ্বাসহীন, সঞ্জাতহীন