பொருள் : অসাৱধান হৈ থকা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
অসাৱধানতাৰে ৰাষ্টা পাৰ হোৱাৰ সময়ত মোহনক এখন গাড়ীয়ে খুন্দামাৰি থৈ গʼল
ஒத்த சொற்கள் : অসাৱধানতা
பொருள் : কোনো কথা বা কামত মন লীন নোহোৱা দশা বা ভাব
எடுத்துக்காட்டு :
যোগৰ দ্বাৰা অমনোযোগিতা দূৰ কৰিব পাৰি
ஒத்த சொற்கள் : ধ্যানহীনতা