பொருள் : অসম ৰাজ্যৰ ভাষা
எடுத்துக்காட்டு :
তেওঁ হিন্দী, গুজৰাটী আৰু মাৰাঠীৰ লগতে অসমীয়াও কʼব পাৰে
ஒத்த சொற்கள் : অসমীয়া ভাষা
பொருள் : অসম ৰাজ্যৰ অধিবাসী
எடுத்துக்காட்டு :
ভালেমান অসমীয়া মোৰ ভাল বন্ধু
பொருள் : অসম ৰাজ্যৰ নিবাসী
எடுத்துக்காட்டு :
মোৰ ভালেমান অসমীয়া বন্ধু আছে
பொருள் : অসমীয়া ভাষাৰ সৈতে সম্বন্ধ থকা বা অসমীয়া ভাষাৰ
எடுத்துக்காட்டு :
তেওঁৰ অসমীয়া সাহিত্যৰ একো জ্ঞান নাই
பொருள் : যিটো অসম সম্বন্ধীয় বা অসমৰ লগত জড়িত
எடுத்துக்காட்டு :
মোৰ ককা-দেউতাই ভালেমান বছৰ অসমত কটোৱাৰ কাৰণে তেখেতৰ অসমীয়া সংস্কৃতিৰ বিষয়ে ভাল জ্ঞান আছে
பொருள் : অসমত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
সন্ত্রাস সমস্যাৰ দ্বাৰা অসমীয়া লোক পীড়িত