பொருள் : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
ஒத்த சொற்கள் : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
பொருள் : অযোগ্য হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
ஒத்த சொற்கள் : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা