பொருள் : যি অলপ সময় বা দিনহে থাকে
எடுத்துக்காட்டு :
জীৱনত সুখ ক্ষণস্থায়ী
ஒத்த சொற்கள் : অথিৰ, অনিত্য, ক্ষণভংগুৰ, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী
பொருள் : যাক কাৰোবাৰ ঠাইত কাম চলোৱাৰ উদ্দেশ্যে কিছু সময়ৰ কাৰণে ৰখা হয়
எடுத்துக்காட்டு :
এই কার্যালয়টোত মহেশত বাদ দি বাকী সকলো অস্থায়ী