பொருள் : উৎপন্ন হোৱা
எடுத்துக்காட்டு :
যেতিয়াই পইচাৰ কথা উঠিল, তেখেতসকলে তেতিয়াই পিছ হুহকিলে
ஒத்த சொற்கள் : উঠা
பொருள் : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : আগমন কৰা, উপস্থিত হোৱা, পোৱা
பொருள் : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
எடுத்துக்காட்டு :
বসন্তকাল আহিল
பொருள் : ক্রয় কৰি কোনো বস্তু লাভ কৰা
எடுத்துக்காட்டு :
সোমবাৰে আমাৰ নতুন গাড়ী আহিব