உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
எடுத்துக்காட்டு : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
ஒத்த சொற்கள் : দশা, স্থিতি
பொருள் : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
எடுத்துக்காட்டு : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ஒத்த சொற்கள் : গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
பொருள் : ৰসায়ন বিজ্ঞানত মানি লোৱা সকলো পদার্থ ্সমাহিত হোৱা সেই তিনিটা অৱস্থা
எடுத்துக்காட்டு : পদার্থ ্গোটা, জুলীয়া আৰু গেছীয় এই তিনিটা অৱস্থাত পোৱা যায়
நிறுவு