உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যি কথা বা কামে কাৰোবাৰ মান বা প্রতিষ্ঠা হানি কৰে
எடுத்துக்காட்டு : আমি কাকো অনাহকত অপমান কৰা উচিত নহয়
ஒத்த சொற்கள் : অনাদৰ, অপদস্থ, অপমান, অশ্রদ্ধা, অসন্মান, অৱজ্ঞা, অৱমাননা, উপেক্ষা, তিৰস্কাৰ
பொருள் : উত্তৰদায়িত্ব পালন নকৰা কার্য
எடுத்துக்காட்டு : পুত্রৰ বৃদ্ধ পিতৃৰ প্রতি অৱহেলা দেখি বৰ দুখ লাগে
பொருள் : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
எடுத்துக்காட்டு : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
ஒத்த சொற்கள் : অগ্রাহ্য, অনাদৰ, অৱজ্ঞা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
நிறுவு