உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
எடுத்துக்காட்டு : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
ஒத்த சொற்கள் : আঁ্তৰা, ফটা, ফাটি যোৱা
பொருள் : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
எடுத்துக்காட்டு : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
ஒத்த சொற்கள் : এৰা, এৰি দিয়া, ত্যাগ কৰা
பொருள் : দূৰ হোৱা
எடுத்துக்காட்டு : ডাৱৰ আঁতৰি গʼল
ஒத்த சொற்கள் : আঁ্তৰা
நிறுவு