உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
எடுத்துக்காட்டு : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
ஒத்த சொற்கள் : আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
பொருள் : বয়সীয়াল বা বুঢ়ি মহিলাৰ বাবে আদৰসূচক সম্বোধন
எடுத்துக்காட்டு : আইতা আপুনি আপোনাৰ ভৰিটো ওপৰলৈ তোলক
ஒத்த சொற்கள் : আইতা
பொருள் : জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
எடுத்துக்காட்டு : মোৰ মা এগৰাকী সতী-সাধ্বী মহিলা নৈৰ সমান বʼব কোন আইৰ সমান হʼব কোন
ஒத்த சொற்கள் : জননী, জন্মদাত্রী, বৌ, বৌটি, মা, মাতৃ
பொருள் : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
எடுத்துக்காட்டு : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
ஒத்த சொற்கள் : বসন্ত ৰোগ, সৰুআই
நிறுவு