பொருள் : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
பொருள் : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
எடுத்துக்காட்டு :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
ஒத்த சொற்கள் : দোহৰা, পুনৰাবৃত্তি কৰা
பொருள் : কোনো কথা কোৱাত প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
ஒத்த சொற்கள் : কোৱা