பொருள் : কাৰোবাক হেয় কৰি ব্যঙ্গাত্মকভাৱে কোৱা কথা:তেওঁ ্ কথাই প্রতি ইতিকিং কৰে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : ইতিকিং, কটাক্ষ, ব্যঙ্গ-উক্তি
பொருள் : নিজে কৰা ভুলৰ উপল্্ব্ধি হোৱাৰ পিচত মনলৈ অহা দুখ বা গ্লানি ভাৱ
எடுத்துக்காட்டு :
দেউতাৰ কথা নমনাৰ বাবে মই অনুতাপ কৰিবলগীয়া হৈছে
ஒத்த சொற்கள் : অনুতাপ, অনুশোচনা, আত্মগ্লানি