பொருள் : মচলা সানি তেলত বা এনেই কিছুদিন ৰাখি টেঙেচীয়া কৰা ফল বা পাচলি
எடுத்துக்காட்டு :
মই আম আৰু নেমুৰ আচাৰ ভাল পাওঁ
பொருள் : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
எடுத்துக்காட்டு :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ஒத்த சொற்கள் : আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র