பொருள் : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ সাতগুণ অধিক পৰিমাণ
எடுத்துக்காட்டு :
আঠৰ আঠগুণ চৌষষ্ঠী
பொருள் : সাতগুণতকৈ আৰু এগুণ বেছি
எடுத்துக்காட்டு :
মই তোমাতকৈ আঠগুণ বেছি খাব নোৱাৰো
பொருள் : যিমান হয় তাতকৈ সাত বাৰ আৰু অধিক
எடுத்துக்காட்டு :
আনৰ তুলনাত মোহনে আঠগুণ অধিক বেতন লাভ কৰে