பொருள் : কোনোৱে নিজে লিখা জীৱনচৰিত্র
எடுத்துக்காட்டு :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
ஒத்த சொற்கள் : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
பொருள் : নিজৰ বিষয়ে নিজে কোৱা কথা
எடுத்துக்காட்டு :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
ஒத்த சொற்கள் : আত্মকথন