பொருள் : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
எடுத்துக்காட்டு :
ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
பொருள் : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
எடுத்துக்காட்டு :
দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
ஒத்த சொற்கள் : আত্মত্যাগ