உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : নিজ কুলৰ লোক
எடுத்துக்காட்டு : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
ஒத்த சொற்கள் : কুটুম, কুটুম্ব, পৰিজন
பொருள் : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
எடுத்துக்காட்டு : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
ஒத்த சொற்கள் : আত্মীয়-স্বজন, আপোন
பொருள் : একেখন ঘৰৰে মানুহ
எடுத்துக்காட்டு : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
ஒத்த சொற்கள் : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল
பொருள் : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
எடுத்துக்காட்டு : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
ஒத்த சொற்கள் : নিজৰ
பொருள் : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
எடுத்துக்காட்டு : মনোহৰজী মোৰ আপোন খুৰা
ஒத்த சொற்கள் : আপোন, পৰিজন, স্বজন
நிறுவு