பொருள் : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
எடுத்துக்காட்டு :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
ஒத்த சொற்கள் : সংগ্রহ কৰা
பொருள் : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
எடுத்துக்காட்டு :
জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
பொருள் : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
எடுத்துக்காட்டு :
মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে