உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
எடுத்துக்காட்டு : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
ஒத்த சொற்கள் : অনুজ্ঞা, অনুমতি, আজ্ঞা
பொருள் : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
எடுத்துக்காட்டு : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
ஒத்த சொற்கள் : অনুজ্ঞা, আজ্ঞা, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
பொருள் : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
எடுத்துக்காட்டு : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
ஒத்த சொற்கள் : অনুজ্ঞা, আজ্ঞা, হুকুম
நிறுவு