பொருள் : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
எடுத்துக்காட்டு :
ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
ஒத்த சொற்கள் : বিৰোধ
பொருள் : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
எடுத்துக்காட்டு :
মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
ஒத்த சொற்கள் : অভিযোগ, ওজৰ, ওজৰ-আপত্তি