உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
எடுத்துக்காட்டு : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
ஒத்த சொற்கள் : আত্মীয়, আত্মীয়-স্বজন
பொருள் : বহুত ওচৰৰ বা বহুত কাষৰ
எடுத்துக்காட்டு : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
ஒத்த சொற்கள் : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
பொருள் : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
எடுத்துக்காட்டு : মনোহৰজী মোৰ আপোন খুৰা
ஒத்த சொற்கள் : আত্মীয়, পৰিজন, স্বজন
நிறுவு