பொருள் : পোস্তা বা আফুগছৰ দানা
எடுத்துக்காட்டு :
আফুগুটিৰ ব্যৱহাৰ মছলা হিছাপে কৰা হয়
ஒத்த சொற்கள் : আফুগুটি, পোস্তা, পোস্তাদানা
பொருள் : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
எடுத்துக்காட்டு :
সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
ஒத்த சொற்கள் : আফিং