பொருள் : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
எடுத்துக்காட்டு :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
ஒத்த சொற்கள் : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
பொருள் : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
எடுத்துக்காட்டு :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
ஒத்த சொற்கள் : বিৰক্তি
பொருள் : বিৰক্তিৰ অৱস্থা বা ভাৱ
எடுத்துக்காட்டு :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
ஒத்த சொற்கள் : বিৰক্তি