பொருள் : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
எடுத்துக்காட்டு :
মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
ஒத்த சொற்கள் : আলোচনা, টীকা-টিপ্পনী, মন্তব্য
பொருள் : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা
எடுத்துக்காட்டு :
সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে
ஒத்த சொற்கள் : আলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা