உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিয়ে প্রসন্নতা লাভ কৰিছে
எடுத்துக்காட்டு : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
ஒத்த சொற்கள் : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
பொருள் : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
எடுத்துக்காட்டு :
ஒத்த சொற்கள் : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আনন্দিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
பொருள் : যিহৰ মনোৰঞ্জন হৈছে
எடுத்துக்காட்டு : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল
ஒத்த சொற்கள் : আনন্দিত, প্রহ্লাদিত, মনোৰঞ্জিত
நிறுவு