பொருள் : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
எடுத்துக்காட்டு :
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
பொருள் : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
எடுத்துக்காட்டு :
আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
ஒத்த சொற்கள் : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ