உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : সমাপ্ত হোৱাৰ ভাব বা কার্য
எடுத்துக்காட்டு : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
ஒத்த சொற்கள் : অন্ত, অৱধি, অৱসান, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
பொருள் : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
எடுத்துக்காட்டு : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
ஒத்த சொற்கள் : অন্ত, উপসংহাৰ, শেষ, সমাপ্তি
பொருள் : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
எடுத்துக்காட்டு : কলিযুগত অন্ত নিশ্চিত
ஒத்த சொற்கள் : অন্ত, অৱসান, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং
நிறுவு