பொருள் : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
எடுத்துக்காட்டு :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
ஒத்த சொற்கள் : ইন্দ্র-জাল, চমৎকাৰ, মায়া জাল, মায়া-জাল, যাদু
பொருள் : ভেল্কীবাজিৰ কাম
எடுத்துக்காட்டு :
তেওঁৰ ভেল্কীবাজি চোৱাত সকলো মছগুল আছিল
ஒத்த சொற்கள் : টাটক-নাটক, ভেলেকিবাজি, ভেল্কীবাজি