பொருள் : দ্বেষ বা বৈৰী ভাব নথকা অৱস্থা
எடுத்துக்காட்டு :
যি সমাজত দ্বেষশূন্যতা আছে, সেই সমাজ বিকাশৰ পথত অগ্রসৰ হয়
ஒத்த சொற்கள் : অবিদ্বেষ, ঈর্ষাশূন্যতা, দ্বেষশূন্যতা, বিদ্বেষাভাব, বিদ্বেষাভাৱ
பொருள் : ঈর্ষাহীন হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு :
ঈর্ষাহীনতাৰে সমাজত শান্তি আৰু সদ্ভাৱনা প্রতিষ্ঠা কৰিব পাৰি
ஒத்த சொற்கள் : অনসূয়া, দ্বেষহীনতা